১. ১৯০৩- ২০২০ পৰ্যন্ত ন'বেল বঁটা বিজয়ীৰ তালিকাত মাত্ৰ চাৰিজন এনেকুৱা ব্যক্তি আছে যিয়ে দুবাৰকৈ বঁটা লাভ কৰিছে। "উত্তম চাৰি " হিচাপে জনাজাত এওঁলোক কোন?
উত্তৰঃ মেৰী ক্যুৰী, লিনাছ পাউলিং, জন বাৰদিন আৰু ফ্ৰেডৰিক চেংগাৰ ।
২. তেখেত হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি যাৰ মূৰ্তি মাউন্ট ৰাছম'ৰত খোদিত আছে। ৰাছিয়ান- জাপানী যুদ্ধৰ সমাপ্তিৰ মধ্যস্থতা কৰাৰ বাবে তেখেতক ১৯০৬ চনত শান্তিৰ ন'বেল বঁটা আগবঢ়োৱা হয়। তেখেত কোন?
উত্তৰঃ থিয়দ'ৰ ৰুজভেল্ট ।
৩. কৰডেন হ'ল ১৯৪৫ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী। এক আন্তৰ্জাতিক সংস্হাৰ গঠনত তেখেত প্ৰধান উদ্যোক্তা আছিল। সংস্হাটো কি?
উত্তৰঃৰাষ্ট্ৰসংঘ।
৪. শান্তিৰ ন'বেল বঁটাৰ বাহিৰে আনবোৰ ন'বেল বঁটা ছুইডেনত দিয়া হয়। শান্তিৰ ন'বেল বঁটা কোনখন দেশত দিয়া হয় ?
উত্তৰঃনৰৱে ।
৫. তেখেত এজন ইংৰাজী লেখক যাৰ অসম্ভৱ দীঘল ছদ্মনাম হ'ল শ্ৰী এবেবিকা কাৰট'প'ন'ক' পিজাকালো কাটাৰফেলো এবলেগ'ৰাবোলাছ এবলেব'ৰিনটু ফাচিফ । তেখেত কোন?
উত্তৰঃএডৱাৰ্ড লীয়েৰ ।
৬.জাম্বিয়া নদীয়ে দুখন আফ্ৰিকীয় দেশক সংলগ্ন কৰিছে। দেশ দুখন কি?
উত্তৰঃ জাম্বিয়া আৰু জিম্বাবৱে।
৭. ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সাম্প্ৰতিক আৰু অষ্টমজন সভাপতি কোন?
উত্তৰঃঅৰুণ কুমাৰ মিশ্ৰা ।
৮. কোনটো বহুল জনপ্ৰিয় ৱাল্ট ডিজনী চৰিত্ৰই "কণমানি জ্ঞানী হাঁহ "শীৰ্ষক কাৰ্টুনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।
উত্তৰঃ ডনাল্ভ ডাক ।
৯. অ'লেগ নভিটস্কি আৰু পিটাৰ দুৰ্বভ নামৰ দুজনে
শেহতীয়াকৈ সাতঘন্টা মহাকাশত খোজ কাঢ়িছিল। তেওঁলোক কোন দেশৰ?
উত্তৰঃৰাছিয়া ।
১০. পক্ষী জ্বৰ (H10N3)ৰ প্ৰথমবাৰৰ মানৱ সংক্ৰমণ কোন দেশত হৈছিল?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ