মধ্যাহ্ন ভোজন-অভিজিত শেনচোৱা

©Admin
3
'স্কুলত খাবিগৈ যা' । খালি বাচন বৰ্তন বোৰত চকু ফুৰাই  মাটিৰ কলহটোৰ পৰা পানী এগিলাচ খাই ফটা চৰকাৰী বেগটোতে মূল্যায়নৰ বহী কেইখন লৈ স্কুললৈ লৰ দিলে বিজুয়ে । তৃতীয় শ্ৰেণীত পঢ়া একমাত্ৰ সন্তানটোৱে আশা পালি স্কুললৈ যোৱাটো নীৰৱে চাই ৰ'ল মাক বিজয়াই। 


✍️শ্ৰী অভিজিত শেনচোৱা
     ঠিকনা- দেওবিল নপমীয়া গাঁও, শিৱসাগৰ             

Post a Comment

3Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment