সাধাৰণ জ্ঞান

Rinku Rajowar
0
১. ভাৰতৰ প্ৰথম নগৰীয়া সভ্যতা কি? 
উত্তৰঃ হৰপ্পা সভ্যতা।

২. হৰপ্পা সভ্যতা কেতিয়া আৰু কাৰ দ্বাৰা আৱিষ্কৃত হৈছিল? 
উত্তৰঃ ১৮৫৩ চনত আলেকজেণ্ডাৰ কানিংহামৰ দ্বাৰা।

৩. হৰপ্পা সভ্যতাৰ নামকৰণৰ তাৎপৰ্য কি? 
উত্তৰঃএই সভ্যতাৰ ভগ্নাৱশেষ পোনপ্ৰথমে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ হৰপ্পাত আৱিষ্কৃত হোৱাৰ বাবে হৰপ্পা সভ্যতা হিচাপে নামকৰণ কৰা হয়।

৪. হৰপ্পা সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুখন ঠাই কি? 
উত্তৰঃ হৰপ্পা আৰু মহেঞ্জদাৰো ।

৫. হৰপ্পা সভ্যতাক কোন যুগত অন্তৰ্ভুক্ত কৰিব পাৰি? 
উত্তৰঃব্ৰঞ্জ যুগ।

৬. হৰপ্পাৰ বাসিন্দাসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক পণ্যবিধ কি আছিল? 
উত্তৰঃ লাপিচ লাজুলি পাথৰ।

৭. "হৰপ্পাৰ লোকসকল অন্ধবিশ্বাসী আছিল" - ইয়াৰ প্ৰমাণ কি পোৱা যায়? 
উত্তৰঃ হৰপ্পাত প্ৰাপ্ত তাবিজবোৰ।

৮. পোনপ্ৰথমবাৰলৈ হৰপ্পীয় লিপি কেতিয়া আৱিষ্কৃত হৈছিল? 
উত্তৰঃ ১৮৫৩ চন। 

৯. মহেঞ্জদাৰো চহৰৰ বৈশিষ্ট্য কি আছিল? 
উত্তৰঃ বৃহৎ ৰাজহুৱা স্নানাগাৰ আৰু নলা- নৰ্দমাৰ ব্যৱস্থাপনা ।

১০. হৰপ্পীয় লিপিৰ বৈশিষ্ট্য কি? 
উত্তৰঃ এই লিপি সাংকেতিক ।

১১. দীৰ্ঘতম হৰপ্পীয় লিপিখনত কেইটা চিহ্ন আছে? 
উত্তৰঃ ২৬

১২. কেইটামান হৰপ্পীয় ভাস্কৰ্যৰ উদাহৰণ ?
উত্তৰঃ নৃত্যাংগনা, পুৰোহিত ৰজা আৰু পশুপতি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)