প্ৰতিযোগিতাবোৰ অনলাইন কৰি দিব পাৰি দেখোন। আন এটাই মাত লগালে ।
সংঘৰ বাকৰিত পান-তামোলৰ দোকান দিয়া হৰিহৰে দূৰৰ পৰা সিহঁতৰ আলোচনা বোৰ শুনি ভাবিলে, সঁচা অৰ্থত ডেকাজাকে ৰাভাৰ আদৰ্শ অনুকৰণ কৰা হ'লে আজিৰ সমাজৰ ছবি সম্পূৰ্ণ বেলেগ হ'লহেঁতেন ।
✍ অৰুণিমা ভট্টাচাৰ্য্য।