পৰিবৰ্তন-অঞ্জনা কলিতা

দহ বছৰ পিছত নিজ গাওঁ খনত ভৰি দিয়েই আইতাই গুজৰি উঠিল-''তই মোক ক'ত লৈ আহিলি বোপাই মই ইয়াত নাথাঁকো মোক মোৰ গাওঁলে লৈ ব'ল। 
     পুতেকে বুঢ়ীক কেনেকৈ বুজাব যে তেওঁ নিজ গাওঁ খনতেই ভৰি দি আছে, তেওঁ মাথো বুঢ়ীক উদ্দেশ্যি কলে-এই খনেই আমাৰ গাওঁ মাঁ। মাথো তুমি জাকৈ মৰা সৌ দ খাল বোৰ আজি অট্টালিকালৈ পৰিবৰ্তন হ'ল।                                 

✍️অঞ্জনা কলিতা
     মন্দিৰা(কামৰূপ)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send