পৰিবৰ্তন-অঞ্জনা কলিতা

Unknown
0
দহ বছৰ পিছত নিজ গাওঁ খনত ভৰি দিয়েই আইতাই গুজৰি উঠিল-''তই মোক ক'ত লৈ আহিলি বোপাই মই ইয়াত নাথাঁকো মোক মোৰ গাওঁলে লৈ ব'ল। 
     পুতেকে বুঢ়ীক কেনেকৈ বুজাব যে তেওঁ নিজ গাওঁ খনতেই ভৰি দি আছে, তেওঁ মাথো বুঢ়ীক উদ্দেশ্যি কলে-এই খনেই আমাৰ গাওঁ মাঁ। মাথো তুমি জাকৈ মৰা সৌ দ খাল বোৰ আজি অট্টালিকালৈ পৰিবৰ্তন হ'ল।                                 

✍️অঞ্জনা কলিতা
     মন্দিৰা(কামৰূপ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)