সাধাৰণ জ্ঞান

©Admin
0
১.মলেচ্ছ ৰাজবংশ কাৰ দ্বাৰা স্থাপন কৰা হৈছিল?
উঃ শালস্তম্ভ।
২.ছিকিমৰ নেপালী সমাজৰ লোকনৃত্য বিধ কি?
উঃ মাৰুণি।
৩.আক'দ-খি নৃত্য নাগালেণ্ডত কি উৎসৱৰ সময়ত পালন কৰা হয়?
উঃ এমংমং।
৪.টেবুল টেনিচ বলৰ ওজন কিমান?
উঃ ৩৭.৯ গ্ৰেন।
৫.ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল?
উঃ ৰুডলফ ডিজেল।
৬.অক্সিজেন কোনে আৱিস্কাৰ কৰিছিল?
উঃ প্ৰীষ্টলী।
৭.মহাকাশলৈ প্ৰথম বাণী কঢ়িয়াই নিয়া মহাকাশযান খনৰ নাম কি আছিল?
উঃ স্পুটনিক-২ ।
৮.মণিপুৰত কইনাই কি পিন্ধাটো বাধ্যতামূলক?
উঃ ৰাসলীলা ঘূৰী।
৯. ত্ৰিপুৰাৰ ৰিয়াং সমাজৰ মুৰব্বীয়ে কি উপাধি লয়?
উঃ ৰায়।
১০.আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি?
উঃ ইটাখুলি ৰণ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)