উঃ ভাস্কৰবৰ্মাৰ দিনত।
২.স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল?
উঃ লাই কোঁৱৰ।
৩.কোনবিধ কয়লা সৰ্বোত্তম?
উঃ এনথ্ৰাচইট।
৪.খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?
উঃ উত্তৰ প্ৰদেশ।
৫.ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
উঃ ড০ এম.এচ.স্বামীনাথন।
৬.বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়?
উঃ২০ মাৰ্চ।
৭.ভূপাল গেছ দূৰ্ঘটনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্ৰায় ৫১০০লোক মৃত্যু মুখত পৰিছিল?
উঃ MIC.
৮.ভূপাল গেছ দূৰ্ঘটনা কেতিয়া ঘটিছিল?
উঃ ১৯৮৪ চনৰ ২ ডিচেম্বৰ।
৯.বসন্ত ৰোগৰ বীজাণুৰ নাম কি?
উঃ ভেৰিছেলা জ'ষ্টাৰ ভাইৰাছ।
১০.জলাতংক ৰোগৰ বীজাণুৰ নাম কি?
উঃ ৰেবিজ ভাইৰাছ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ