সাধাৰণ জ্ঞান

১.কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে?
উঃ ভাস্কৰবৰ্মাৰ দিনত।
২.স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল?
উঃ লাই কোঁৱৰ।
৩.কোনবিধ কয়লা সৰ্বোত্তম?
উঃ এনথ্ৰাচইট।
৪.খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?
উঃ উত্তৰ প্ৰদেশ।
৫.ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
উঃ ড০ এম.এচ.স্বামীনাথন।
৬.বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়?
উঃ২০ মাৰ্চ।
৭.ভূপাল গেছ দূৰ্ঘটনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্ৰায় ৫১০০লোক মৃত্যু মুখত পৰিছিল?
উঃ  MIC.
৮.ভূপাল গেছ দূৰ্ঘটনা কেতিয়া ঘটিছিল?
উঃ ১৯৮৪ চনৰ ২ ডিচেম্বৰ।
৯.বসন্ত ৰোগৰ বীজাণুৰ নাম কি?
উঃ ভেৰিছেলা জ'ষ্টাৰ ভাইৰাছ।
১০.জলাতংক ৰোগৰ বীজাণুৰ নাম কি?
উঃ ৰেবিজ ভাইৰাছ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send