Homeঅণুগল্প উপলব্ধি-চিণ্ময় বৰুৱা June 12, 2021 0 গিৰিয়েকৰ অত্যাচাৰ, শাহুৱেকৰ কেটেৰা-জেঙেৰা মাতৰ লগতে দুটাকৈ লʼৰা-ছোৱালীৰ জঞ্জাল মাৰোঁতে নীলাক্ষীয়ে বাৰুকৈয়ে উপলব্ধি কৰিলে; 'বোৱাৰীৰ জীৱনটো সহজ নহয়' ।✍️চিণ্ময় বৰুৱা যোৰহাট ভ্ৰাম্য : ৮৭৫৩৯৭৯০৮৫ Tags: অণুগল্প চিণ্ময় বৰুৱা