উপলব্ধি-চিণ্ময় বৰুৱা

গিৰিয়েকৰ অত্যাচাৰ, শাহুৱেকৰ কেটেৰা-জেঙেৰা মাতৰ লগতে দুটাকৈ লʼৰা-ছোৱালীৰ জঞ্জাল মাৰোঁতে নীলাক্ষীয়ে বাৰুকৈয়ে উপলব্ধি কৰিলে; 'বোৱাৰীৰ জীৱনটো সহজ নহয়' ।



✍️চিণ্ময় বৰুৱা
     যোৰহাট
     ভ্ৰাম্য : ৮৭৫৩৯৭৯০৮৫

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send