উঃ ১৯২১ চনত।
২.মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?
উঃ ৩৪ কিঃমিঃ ।
৩.সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানীজন কোন?
উঃ ৰাঘব চন্দ্ৰ ডেকা।
৪.লণ্ডনত পি.এইছ.ডি.ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন?
উঃ ড০ তিলোত্তমা গগৈ।
৫.শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱমন্দিৰ?
উঃ শিৱদৌল।
৬.কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?
উঃ নিপ বৰুৱাই।
৭.২০১২ চনত অনুষ্ঠিত বৰদলৈ ট্টফি প্ৰতিযোগিতাৰ খিতাপ দখল কৰা দলটোৰ নাম কি?
উঃ অইল ইণ্ডিয়া লিমিটেড ,দুলীয়াজান।
৮.এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উঃ ভোগেশ্বৰ বৰুৱা(১৯৬৬ চনৰ প্ৰথম এছিয়ান গেমছত)
৯.শ্বেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট?
উঃ কমেডী অৱ এৰৰ্চ।
১০.অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উঃ মহম্মদ চালেহ আকবৰ হায়দৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ