স্তৱক-ৰুমী কলিতা দত্ত

©Admin
0
চাৰিওদিশে ডাৱৰে ধৰিছে ছানি
ক'ৰ'না নামৰ এটি ব্যাধি
নোৱাৰে ল'ব কোনেও প্ৰিয়জনৰ সান্নিধ্য
ক'ৰ'নাই কৰে পথ অৱৰুদ্ধ ---

নিৰৱে ধৰাখনি ঘৰ্মাক্ত হয় 
বুকুৱে বুকুলৈ শিল দলিয়ায়---
অভিশপ্ত হয় দিনবোৰ সংগোপনে--
উশাহবোৰ উৰে নীলাকাশলৈ  ।

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)