লিমাৰিক-ব্ৰহ্মদেৱ গোস্বামী

Unknown
0
              (১)
কথমপি খাই থকা কৃষক বলিন
মোবাইলত হয় ভেকচিনৰ বুকিং 
খাবলৈকে টকা নাই 
মোবাইল ক'ত পায়
কেনেকৈনো লব ক'ৰনাৰ ভেকচিন। 

                (২)
বেজী লোৱাৰ কথা ভাবি বহু পৰলৈ
উপায় এটা বিচাৰি গ'ল চহৰলৈ 
লানি দেখি মানুহৰ
এৰিলে আশা মনৰ 
লম্ভে বুলি ক'ৰনা উভতিলে ঘৰলৈ ।


✍️ব্ৰহ্মদেৱ গোস্বামী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)