লিমাৰিক-ব্ৰহ্মদেৱ গোস্বামী

              (১)
কথমপি খাই থকা কৃষক বলিন
মোবাইলত হয় ভেকচিনৰ বুকিং 
খাবলৈকে টকা নাই 
মোবাইল ক'ত পায়
কেনেকৈনো লব ক'ৰনাৰ ভেকচিন। 

                (২)
বেজী লোৱাৰ কথা ভাবি বহু পৰলৈ
উপায় এটা বিচাৰি গ'ল চহৰলৈ 
লানি দেখি মানুহৰ
এৰিলে আশা মনৰ 
লম্ভে বুলি ক'ৰনা উভতিলে ঘৰলৈ ।


✍️ব্ৰহ্মদেৱ গোস্বামী ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send