১০ জুন (ইংৰাজী: 10 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬১তম (অধিবৰ্ষত ১৬২তম) দিন। বছৰ শেষ হ'বলৈ ২০৪ দিন বাকী থাকে।
▪️১৬১০- গেলিলিঅ’ গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল।
▪️১৭৫২- বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বজ্ৰ বা বিজুলীৰ পৰা বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছিল।
▪️১৮৯০ - চনত আজি দিনটো দেওবাৰ আছিল, সেই দিনাৰ পৰাই ভাৰতত সাপ্তাহিক ছুটীৰ বাৰ হিচাপে দেওবাৰ নিৰ্ধাৰণ কৰা হৈছিল।
▪️১৯৭২- ভাৰতৰ প্ৰথম শীত-তাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজ হৰ্ষবৰ্ধনে সমুদ্ৰযাত্ৰা কৰিছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ