বিশ্ব পৰিৱেশ দিৱস-ছাইফুদ্দিন আহমেদ

©Admin
0
যোৱাবাৰ ৫ জুনত আজিৰ দৰেই গোটেই দিনটো বৰষুণ দি আছিল। তথাপিও সন্ধিয়া ছাতি লৈ গৈ হ’লেও ছাৰে ছিকিউৰিটি কেইজনমান লগত লৈ গছ পুলি এটা ৰুই ফটো মাৰি চছিয়েল মিডিয়াত আপলোড দিছিল ৷ ৰাজ্যবাসীক মহান প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দিবলৈ।এইবাৰ কিন্তু সেই ৰিস্ক ছাৰে ল’ব লগাৰ প্ৰয়োজন হোৱা নাই, কাৰণ ছাৰৰ মন্ত্ৰীত্ব এইবাৰ আৰু নাই। এইবাৰ প্ৰকৃতি প্ৰেমৰ দায়িত্ব আৰু মন্ত্ৰীত্ব ছাৰে নাপালে ৷ ইফালে বৰষুণো এইবাৰ যোৱা বাৰতকে কিছু ক’ম হ’লেও ছাৰৰ প্ৰকৃতি প্ৰেম কিন্তু জাগি উঠা নাই৷এয়াই প্ৰকৃতি প্ৰেম।এয়াই আচল প্ৰকৃতি প্ৰেমৰ কাহিনী।

✍️ছাইফুদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)