সাধাৰন জ্ঞান

▪️কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হয় (ভাৰততো)?

উঃ মাজুলী

▪️কোন চনত কাজিৰঙাক UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছিল?

উঃ ১৯৮৫ চনত।

▪️কোন ঠাইক অসমীয়া নৱ-বৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়?

উঃ মাজুলী।

▪️ ২০১৭ চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান?

উঃ ৫৭১৯ টা।

▪️ প্ৰাচীন কচাৰী ৰাজ্যৰ ৰাজধানী কি আছিল?

উঃ ডিমাপুৰ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send