১৮ জুন- বুৰঞ্জীৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
১৮ জুন (ইংৰাজী18 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৯তম (অধিবৰ্ষত ১৭০তম) দিন। বছৰ শেষ হ'বলৈ ১৯৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৫৭৬ - চনৰ আজিৰ দিনটোত হলিঘাটতত মোগলৰ বিৰুদ্ধে ৰাজপুতৰ যুদ্ধ হয়। এই যুদ্ধত ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহ পৰাজিত হয়।
  • ১৮৫৭ - চনৰ আজিৰ দিনটোতবিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হয়।
  • ১৯৫৬ - চনৰ আজিৰ দিনটোতহিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়।
  • ১৯৫৬ - ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰে। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।
  • ১৯৮৬ - চনৰ আজিৰ দিনটোত গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়।
  • ১৮৬১ - প্ৰথম হিন্দী ৰহস্য আৰু আলৌকিক/ভৌতিক ঔপন্যাসিক দৈৱকী নন্দন খত্ৰী
  • বিশ্ব বনভোজ দিৱস
  • ১০৩৭ - চনৰ আজিৰ দিনটোত পাৰস্য চিকিৎসক ইবন ছিনাৰ মৃত্যু হয়। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
  • ১৯৩৬ - চনৰ আজিৰ দিনটোত ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ মৃত্যু হয়। তেওঁক এলেক্সি মেক্সিমভিচ পেছকভ নামেৰেও জনা যায়।
  • ২০০২ - চনৰ আজিৰ দিনটোত অভিনেত্ৰী নাছিম বানুৰ ৮১ বছৰ বয়সত মৃত্যু বৰণ কৰে। তেওঁক হিন্দী চলচ্চিত্ৰ জগতত চায়েৰা বানু নামেৰে জনাজাত।
  • ২০১৫ - চনৰ আজি বিশিষ্ট অসমীয়া নাট্যকাৰ অভিনেতা লক্ষ্মী বৰঠাকুৰৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)