সাধাৰণ জ্ঞান

Rinku Rajowar
0
১. ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি- প্ৰতিভা পাটিল।
২. ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী- ইন্দিৰা গান্ধী ।
৩. ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল- সৰোজিনী নাইডু।
৪. ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী- সুচেতা কৃপালিনী ।
৫. ভাৰতৰ প্ৰথম মিছ ৱৰ্ল্ড- ৰীতা ফাৰিয়া।
৬. ভাৰতৰ প্ৰথম মিছ এছিয়া পেচিফিক- জিনত আমন।
৭. ভাৰতৰ প্ৰথম মিছ আৰ্থ- লাৰা দত্ত।
৮. ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী- ৰাজকুমাৰী অমৃত কৌৰ।
৯. ভাৰতৰ প্ৰথম মহিলা প্ৰধান বিচাৰপতি-লেয়লা শেঠ
১০. ভাৰতৰ প্ৰথম মহিলা আৰক্ষী প্ৰবন্ধ নিৰ্দেশক- কাঞ্চন চৌধুৰী।
১১. ভাৰতৰ প্ৰথম মহিলা আই .এ .এছ . ইশা বসন্ত যোশী।
১২. ভাৰতৰ প্ৰথম মহিলা চিকিৎসক- কাদ্মবিনী গাংগুলী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)