সাধাৰণ জ্ঞান

▪️কোন চনত কোচ ৰজা নৰ নাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিল?

উঃ ১৫৬৩ চনত।

▪️শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল চনত __________।

উঃ ১৫৬৮ চনত।

▪️কোনে পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল?

উঃ মোমাই তামুলী বৰবৰুৱা।

▪️কোনে শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব দিছিল?

উঃ ৰাম সিংহ।

▪️ইটাখুলিৰ ৰণ কোন চনত হৈছিল?

উঃ ১৬৮২ চনত।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send