উঃ তামিলসকলৰ স্বদেশভূমি।
২. তামিলাক্কামৰ ত্ৰিৰাজ্য কোন কেইখন আছিল?
উঃ চোল, চেৰা আৰু পাণ্ড্য।
৩. পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উঃ মোৰ সোঁৱৰণী।
৪. ২০১৬ চনৰ 'দৈনিক অসম সাহিত্য ' বঁটা প্ৰাপক গ্ৰন্থখন কি?
উঃ মনালিছা শইকীয়াৰ শংখনিনাদ ( উপন্যাস)।
৫. ছায়েন্স শব্দটিৰ উৎস কি?
উঃ লেটিন শব্দ ছাইন্টিয়া।
৬. বায়'লজী শব্দটিৰ উৎস কি?
উঃ গ্ৰীক শব্দ বায়'ছ ( জীৱন) আৰু ল'গ'ছ ( অধ্যয়ন)।
৭. ভাৰতীয় সংবিধানত সংসদৰ সদস্য পদ প্ৰাৰ্থীৰ যোগ্যতাৰ বিষয়ে ক'ত উল্লেখ আছে?
উঃ ৮৩ নং অনুচ্ছেদ।
৮. ভাৰতীয় সংবিধানত সংসদৰ সদস্য পদ প্ৰাৰ্থীৰ অযোগ্যতাৰ বিষয়ে ক'ত উল্লেখ আছে?
উঃ ১০২ নং অনুচ্ছেদ।
৯. অপৌৰুষেয় ( কোনো পুৰুষে ৰচনা কৰা নহয় অৰ্থাৎ দেৱ বিৰচিত) বুলি কোনখন ধৰ্মগ্ৰন্থক কোৱা হয়?
উঃ বেদ।
১০. "দ্য ৱণ্ডাৰ ডেট ৱাজ ইণ্ডিয়া" কাৰ ৰচনা?
উঃ এ.ল. বাচাম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ