উঃ খ্ৰীষ্টীয় অষ্টম শতিকা।
২. ভক্তি আন্দোলনক কোন দুটা ভাগত ভগোৱা হৈছে?
উঃ স-গুণ আৰু নি-গুণ।
৩. তামিল বেদ হিচাপে অভিহিত কৰা গ্ৰন্থ কোনখন?
উঃ নালায়িৰা দিব্যা প্ৰবন্ধম।
৪. তামিলনাডুৰ আলাৱাৰ সম্প্ৰদায় কাৰ উপাসক আছিল?
উঃ বিষ্ণু।
৫. তামিলনাডুৰ নায়ানাৰ সম্প্ৰদায় কাৰ উপাসক আছিল?
উঃ শিৱ।
৬. ভক্তি আন্দোলনৰ কেইগৰাকীমান মহিলা অনুৰাগীৰ নাম?
উঃ আন্দল, কাৰাইকল আম্মায়াৰ।
৭. লিংগায়ত ভক্তিমাৰ্গৰ প্ৰৱৰ্তক কোন আছিল?
উঃ ব্ৰাহ্মণ ৱাসাৱান্না ।
৮. দৰগাহ শব্দৰ অৰ্থ কি?
উঃ চোতাল। (পাৰ্চী শব্দ)
৯. ভক্তি পৰম্পৰাৰ ইতিহাসত আটাইতকৈ বিখ্যাত মহিলা কবি গৰাকী কোন আছিল?
উঃ মীৰাবাঈ।
১০. চুফীবাদৰ সূচনা কেতিয়া হৈছিল?
উঃ খ্ৰীষ্টীয় একাদশ শতিকা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ