সাধাৰণ জ্ঞান

অসমীয়া সাহিত্যৰ চানেকি
0
১.এছিয়ান গেমছত অংশগ্ৰহণ কৰা অসমীয়া টেনিছ খেলুৱৈগৰাকী কোন?
উঃ বিদ্যুৎ গোস্বামী।
২.ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন?
উঃ বিতোপন শইকীয়া।
৩.অসমৰ কোনগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে জনাজাত?
উঃ নিপ বৰুৱা।
৪.লোকসভাত অসমৰ সদস্য সংখ্যা কিমান?
উঃ ১৪ জন।
৫.জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি?
উঃ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৬.প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালা।
৭.নগাঁৱৰ পুৰণি নাম কি?
উঃ খাগৰিজান।
৮.ৰংঘৰ কোনে সাজিছিল?
উঃ প্ৰমত্ত সিংহই।
৯.আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল?
উঃ ১৬৮১ চনত।
১০.অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?
উঃ টুচু-পূজা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)