সূৰ্য্যোদয় ঘ:৪/৪৭/৫৬সূৰ্য্যাস্ত ঘ:৬/৮/২২
ৰাশি :- কৰ্কত ৰাশি।ৰা:ঘ:- ২/৪৭/১২ যোৱাত সিংহ ৰাশি।
তিথি - শুক্লা দ্বিতীয়া।ঘ:- ৭/৯/১৯ লৈ।
নক্ষত্ৰ : - অশ্লেষা।ৰা:ঘ:- ২/৪৭/১২ লৈ।
শুভ সংখ্যা :- ৬/২
শুভ ৰং :- বগা/ গোলপীয়া।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- উত্তৰ দিশত নাই। ৰা:ঘ:- ৭/৯/১৯ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত । ৰা:ঘ:- ৭/৯/১৯ যোৱাত অগ্নি কোনত।
মৰণত দোষ:- এপদ।ঘ:- ৭/৯/১৯ যোৱাত নাই।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ । ঘ:- ৭/৯/১৯ যোৱাত পটল খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমণ হব, যদিও মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বৃদ্ধি হব, উত্তম ভোজন লাভ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে সামান্য আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি-সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আজি যিকোনো সিদ্ধান্ত গ্ৰহণত সজাগ হব লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সুযোগ লাভ হব, শিক্ষক সকলৰ কৰ্মত শুভ হব , যদিও মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, মনত সামান্য ভয় ভাৱ বৃদ্ধি হব, লগতে সজাগ নহলে কৰ্মত সামান্য বিৰোধিতা সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত শত্ৰু নাশ হব, লগতে প্ৰেমত শুভ হব যদিও সজাগ নহলে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণ বা যাত্ৰাত সামাএ জতিলতা বাঢ়িব পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, প্ৰেম আৰু কৰ্মত শুভ হব , যদিও মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, পাৰিবাৰিক সুখ বাঢ়িব, লগতে অৰ্থ লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481
হোৱাটচএপ -9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ