সাধাৰণ জ্ঞান - ১৮ জুলাই

পংখী মৰাণ
0
১.অসমৰ ৰে'লৰ সংযোগ প্ৰকল্প কোন চনত সম্পন্ন কৰা হৈছিল?
উঃ ১৯৫০চনত।
২.অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে'ল স্টেছন কোনটো?
উঃ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগাত।
৩.১৯৯৮ চনৰ ২৫জানুৱাৰী তাৰিখে সুগায়িকা দিপালী বৰঠাকুৰক কি সন্মান প্ৰদান কৰা হৈছিল?
উঃ পদ্মশ্ৰী সন্মান।
৪.ড০ ভবেন্দ্ৰ নাথ শ ইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল?
উঃ ১৯৮৫ চনত 'অগ্নিস্নান' চলচ্চিত্ৰখনৰ বাবে।
৫.অসমত কিমান চনত দূৰদৰ্শনৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল?
উঃ ১৯৮২চনৰ ১৯নৱেম্বৰত যেতিয়া দিল্লীত 'এছিয়ান গেমছ' অনুষ্ঠিত হৈছিল।
৬.অসমত 'ল'ৰা ৰজা' বুলি কাক কোৱা হৈছিল?
উঃ ৰত্নধ্বজ সিংহ বা চুলিকফা্।
৭.অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল?
উঃ আনন্দৰাম বৰুৱা।
৮.সৰ্বশেষ আহোম ৰজাজনৰ নাম কি আছিল?
উঃ চন্দ্ৰকান্ত সিংহ।
৯.এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন?
উঃ ভোগেশ্বৰ বৰুৱা।
১০.আহোম সকলৰ ৰাজত্বকালত তেওঁলোকৰ ৰাজধানী ক'ত আছিল?
উঃ চৰাইদেউত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)