জীৱন-কাকলি হাজৰিকা

জীৱনৰ কণ্টকময় পথত
খোজে প্ৰতি পাবা 
কাঁইটৰ আঁচোৰ ।

কাঁইট দেখি উভটি নাহিবা
সপোন কৰি  আধৰুৱা
কাঁইটীয়া পথ অতিক্ৰম কৰি 
দেখিবা এখনি দলিছা সেউজীয়া 

আহিব ছুনামি যাব ছুনামি
মাথোঁ নহবা বিচলিত
সপোনৰ ডেউকা ভাঙি...।।

Post a Comment

Previous Post Next Post