Homeকবিতা জীৱন-কাকলি হাজৰিকা July 11, 2021 0 জীৱনৰ কণ্টকময় পথতখোজে প্ৰতি পাবা কাঁইটৰ আঁচোৰ ।কাঁইট দেখি উভটি নাহিবাসপোন কৰি আধৰুৱাকাঁইটীয়া পথ অতিক্ৰম কৰি দেখিবা এখনি দলিছা সেউজীয়া আহিব ছুনামি যাব ছুনামিমাথোঁ নহবা বিচলিতসপোনৰ ডেউকা ভাঙি...।। Tags: কবিতা কাকলি হাজৰিকা