- আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস।
- আজি ফিলিপাইনছৰ গণতন্ত্ৰ দিৱস।
- ১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ।
- ১৭৭৬ - জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি।
- ১৮৮৬ - ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে।
- ১৯০৪ - পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।
- ১৯৪৪ - সুভাষচন্দ্ৰ বসুৱে ব্ৰক্ষ্মদেশত স্মৰণীয় আহ্বান জনাইছিল- 'আপোনালোকে মোক তেজ দিয়ক, মই আপোনালোকক স্বাধীনতা দিম।'
Tags:
আজিৰ দিনটোৰ বিশেষত্ব