গ্ৰেজুৱেছন শেষ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখা ছোৱালীজনীৰ দুমাহ আগত বিয়া হ'ল।ৰশ্মিয়ে নতুনকৈ বিয়া হৈ অহা ঘৰখনত মিলিবলৈ লৈছে লাহে লাহে। এদিন চোতাল শাৰী থকা ৰশ্মিয়ে গোহালিত লাগি থকা মকৰাৰ জালখনত দেখিলে হঠাৎ কৰোবাৰ পৰা পখিলা এটি আহি মকৰা জালখনত পৰি বন্দী হ'ল।
✍️তুলিকা দাস।