- ১৯৬৬ চনত চক্ৰশিলা পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় আৰু ১৯৯৪ চনৰ আজিৰ তাৰিখতে ইয়াক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।
- ১৯৪২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰে।
- ২০০৮ চনৰ আজিৰ দিনটোতে মিছ ভেনিজুৱেলা ডায়না মেন্তোজাৰে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
- ১৯৬৭ বৰ্ষৰ আজিৰ দিনটোতে আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ‘ডিনামাইট’ৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
- ১৭৮৯ চনৰ আজিৰ দিনটোতে ফৰাচী বিপ্লৱৰ সূচনা হৈছিল।
১৪ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো
July 14, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ