১৪ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো

  1. ১৯৬৬ চনত চক্ৰশিলা পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় আৰু ১৯৯৪ চনৰ আজিৰ তাৰিখতে ইয়াক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।
  2. ১৯৪২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰে।
  3. ২০০৮ চনৰ আজিৰ দিনটোতে মিছ ভেনিজুৱেলা ডায়না মেন্তোজাৰে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
  4. ১৯৬৭ বৰ্ষৰ আজিৰ দিনটোতে আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ‘ডিনামাইট’ৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
  5. ১৭৮৯ চনৰ আজিৰ দিনটোতে ফৰাচী বিপ্লৱৰ সূচনা হৈছিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send