০৯ জুলাই - ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
আজি ৯ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৯০ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৭৫ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন---

১. আজি ভাৰতীয় অভিনেত্ৰী তথা ১৯৮০ চনৰ মিছ ইণ্ডিয়া খিতাপ বিজয়ী সংগীতা বিজলানীৰ জন্মদিন।
২. আজি ভাৰতীয় গায়িকা অনুৰাধা শ্ৰীৰামৰ জন্মদিন।
৩. আজিৰ দিনটোতেই ১৭৭৬ চনত জৰ্জ ৱাশ্বিংটনে সেনা বাহিনী সহিতে নিউয়ৰ্কত স্বাধীনতা ঘোষণা কৰিছিল।
৪. আজিৰ দিনটোতেই আৰ্জেন্টিনাই ১৮১৬ চনত নিজকে স্পেইনৰ পৰা স্বাধীন হিচাপে ঘোষণা কৰিছিল।
৫. আজিৰ দিনটোতেই ১৮৫০ চনত ইংলেণ্ডৰ দ্বাদশ প্ৰধানমন্ত্ৰী জাকাৰি টেইলৰৰ মৃত্যু হৈছিল।
৬. আজিৰ দিনটোতেই ১৯৩৭ চনত নিউ জাৰ্ছিৰ "লিটল ফেৰী" ষ্টুডিঅ'ত অগ্নিকাণ্ড হোৱাত বহুতো নিৰ্বাক ছবিৰ ৰীল ধ্বংস হৈ যায়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)