সাধাৰণ জ্ঞান

Unknown
0
১.এ এছ ই বি(ASEB) ৰ সম্পূৰ্ণ নাম কি?
উঃ আছাম ষ্টেট ইলেকট্টিচিটি ব'ৰ্ড।
২.কামাখ্যা মন্দিৰৰ সন্মুখ অঞ্চলত থকা সৰু পুখুৰীটোৰ নাম কি?
উঃ সৌভাগ্য কুণ্ড।
৩.পঞ্চ পীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত?
উঃ ধুবুৰী।
৪.অসমীয়া সমাজত কিহক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়?
উঃ মাছ।
৫.কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?
উঃ ১৮৫০ চনত এলিজা ব্ৰাউনে।
৬.মামণি ৰয়ছম গোস্বামী‌য়ে কেতিয়া 'জ্ঞানপীঠ বঁটা' অৰ্জন কৰিছিল?
উঃ ২০০০চনত।
৭.পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
উঃ ১৯৮৭ ।
৮.প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন?
উঃ‌ ৰেণুকা দেৱী বৰকটকী।
৯.ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন?
উঃ নন্দিনী বৰুৱা।
১০.ক‍ংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)