ভালপোৱাৰ কবিতা-দিগন্ত বৈশ্য

           (১)
তোমাৰ প্ৰেমৰ সহাঁৰিয়ে
মোৰ বুকুলৈ আনে
সেউজ জীৱনৰ বাণী।

            (২)
  ফুলবোৰ বতাহত নাচিছে
  পখিলাবোৰ নাচিছে আনন্দত
  আমি নাচিছোঁ প্ৰাপ্তিত।

✍️দিগন্ত বৈশ্য

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send