সাধাৰণ জ্ঞান

অসমীয়া সাহিত্যৰ চানেকি
0
১. 'মুক্তদ্বাৰ' অৰ্থনৈতিক সংস্কাৰ নীতি কেতিয়া আৰু কোনে গ্ৰহণ কৰিছিল? 
উঃ ১৯৭৮ চনত চীনৰ নেতা ডেং জিয়াও পিঙে।
২. গণ প্ৰজাতন্ত্ৰীয় চীনৰ কেতিয়া জন্ম হৈছিল? 
উঃ ১৯৪৫ চন।
৩. ইউৰোপীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? 
উঃ বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত।
৪. লিচবন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 
উঃ ২০০৯ চন।
৫. দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰৰ সংগঠনৰ সচিবালয় ক'ত অৱস্থিত? 
উঃ ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টা।
৬.কোনখন অসমীয়া কথাছবিয়ে প্ৰথম 'এ' চাৰ্টিফিকেট লাভ কৰিছিল?
উঃ মৰীচিকা।
৭.অল ইণ্ডিয়া ৰেডিঅ' , গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি?
উঃ হৃদয়ৰ প্ৰয়োজন।
৮.'অসমৰ খাজুৰাহো' বুলি পৰিচিত মন্দিৰটোৰ নাম কি?
উঃ মদন কামদেৱ।
৯.অসমৰ একমাত্ৰ ' স্টক এক্সচেঞ্জ ' টো ক'ত অৱস্থিত?
উঃ গুৱাহাটীত।
১০.যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?
উঃ ২০১১চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)