১৩ জুলাই- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
আজি হ'ল ১৩ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৯৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৭১ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন-

⭕ আজিৰ দিনটোতেই ১৯৪৩ চনত কুৰ্ছক নামে ঠাইত ৰাছিয়া(তেতিয়াৰ চোভিয়েট ইউনিয়ন) আৰু জাৰ্মানীৰ মাজত ইতিহাসৰ আটাইতকৈ ডাঙৰ টেংক যুদ্ধখন সংঘটিত হয়।
⭕ আজিৰ দিনটোতেই ১৯৬০ চনত জন. এফ. কেনেডীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন লাভ কৰে।
⭕আজিৰ দিনটোতেই ১৯৮৫ চনত ইথিঅ'পিয়াৰ দুৰ্ভিক্ষপীড়িত মানুহৰ সহায়ৰ বাবে বিশ্বজুৰি এক ৰক সংগীত সন্মিলন পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।
⭕আজি আন্তঃৰাষ্ট্ৰীয় শিল দিৱস।
⭕ আজি সুখী কৰ্মীসকলৰ দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)