বোজা - অলকেশ খাটনিয়াৰ

ৰমলাই পুতেকক বন্ধনৰ লোন লৈ মʼবাইল এটা কিনি দিছে । কাৰণ সি অনলাইন ক্লাছৰ বাবে প্ৰয়োজন হ'ব বুলি কৈছিল । মʼবাইলটো পাই তাৰ বৰ আনন্দ ।
ইফালে ৰমলাই আন এটি বোজা কান্ধ পাতি লʼলে 

      

Post a Comment

Previous Post Next Post