জীৱনক জয় কৰি
অজৰ-অমৰ,
সাহিত্যৰ বাৰ্তা দি
সমাজক কৰিলা পোহৰ।
নিৰ্ভীক,স্পষ্টবাদী,চিৰ উন্নত শিৰ
কৰ্মক্ষেত্ৰ-ন্যায়ক্ষেত্ৰ
বীৰ, তুমি বীৰ!!
এনেকৈয়ে যৌৱন,জীৱন
আইৰ নামত সমৰ্পন
কীৰ্তি তোমাৰ মহান
কৰিব নোৱাৰে কোনেও হৰণ-ভগন।
ধন্য কৰি অসমীক
ধন্য কৰি ভাৰতীক
গুচি গ'লা
যেন পবন!!!
✍️ ড০ ত্ৰিদিব গোস্বামী
ডিমৰুগুৰি, আমতলপথ
নগাঁও:অসম
৯৪৩৫৪৫৯৮৮৭
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ