সমাজক পোহৰ কৰি-ড০ ত্ৰিদিব গোস্বামী

(হোমেন বৰগোহাঞি দেৱৰ  পবিত্র সোঁৱৰণত)

জীৱনক জয় কৰি
অজৰ-অমৰ,
সাহিত্যৰ বাৰ্তা দি
সমাজক কৰিলা পোহৰ।

নিৰ্ভীক,স্পষ্টবাদী,চিৰ উন্নত শিৰ
কৰ্মক্ষেত্ৰ-ন্যায়ক্ষেত্ৰ 
বীৰ, তুমি বীৰ!!

এনেকৈয়ে যৌৱন,জীৱন
আইৰ নামত সমৰ্পন
কীৰ্তি তোমাৰ মহান
কৰিব নোৱাৰে কোনেও হৰণ-ভগন।

ধন্য কৰি অসমীক
ধন্য কৰি ভাৰতীক
গুচি গ'লা
যেন পবন!!!

  ✍️ ড০ ত্ৰিদিব গোস্বামী
   ডিমৰুগুৰি, আমতলপথ 
                 নগাঁও:অসম
               ৯৪৩৫৪৫৯৮৮৭

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send