খহনীয়া-বৰষা ডেকা

Rinku Rajowar
1
পইচাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি সামান্য অসুখতে বৃষ্টি ঢুকাই থাকিল। ঘৈণীয়েক নথকা ৰবিনে হিয়া ঢাকুৰি কান্দিলে। নৈৰ পৰা খহাদি, গভীৰ যন্ত্ৰণাত বুকুখনো যেন এফালৰ পৰা খহিবলৈ ধৰিছে ৰবিনৰ তেনে লাগিল......। 

✍️বৰষা ডেকা
বাইহাটা চাৰিআলি
নগাঁও মহাবিদ্যালয়
স্নাতকোত্তৰ ২য় ষান্মাসিক

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment