০৫ জুলাই- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
আজি ৫ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৮৬ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৭৯ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন- 

▪️আজিৰ দিনটোতেই ১৭৭৫ চনত ইংলেণ্ডৰ দ্বিতীয় সংবিধানিক কংগ্ৰেছে আমেৰিকাবাসীয়ে দাখিল কৰা  জলফাই শান্তি আবেদন গ্ৰহণ কৰিছিল।
▪️আজিৰ দিনটোতেই ১৯৪৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূলত এক ৰক্তাক্ত  সংঘৰ্ষ হৈছিল  যাক "ৰক্তাক্ত   বৃহস্পতিবাৰ" হিচাপে সোঁৱৰা হয়।
▪️আজিৰ দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে ৰাষ্ট্ৰীয় শ্ৰম সম্পৰ্কীয় আইনত চহী কৰিছিল ।
▪️আজিৰ দিনটোতেই ১৯৪১ চনত "বাৰবাৰোছা অভিযান" শীৰ্ষক সাংকেতিক নামত হিটলাৰে ৰাছিয়া আক্ৰমণ কৰাত দ্বিতীয় বিশ্বযুদ্ধৰ অন্য এক ৰণাংগনৰ সৃষ্টি হৈছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)