০৫ জুলাই- ইতিহাসত আজিৰ দিনটো

আজি ৫ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৮৬ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৭৯ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন- 

▪️আজিৰ দিনটোতেই ১৭৭৫ চনত ইংলেণ্ডৰ দ্বিতীয় সংবিধানিক কংগ্ৰেছে আমেৰিকাবাসীয়ে দাখিল কৰা  জলফাই শান্তি আবেদন গ্ৰহণ কৰিছিল।
▪️আজিৰ দিনটোতেই ১৯৪৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূলত এক ৰক্তাক্ত  সংঘৰ্ষ হৈছিল  যাক "ৰক্তাক্ত   বৃহস্পতিবাৰ" হিচাপে সোঁৱৰা হয়।
▪️আজিৰ দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে ৰাষ্ট্ৰীয় শ্ৰম সম্পৰ্কীয় আইনত চহী কৰিছিল ।
▪️আজিৰ দিনটোতেই ১৯৪১ চনত "বাৰবাৰোছা অভিযান" শীৰ্ষক সাংকেতিক নামত হিটলাৰে ৰাছিয়া আক্ৰমণ কৰাত দ্বিতীয় বিশ্বযুদ্ধৰ অন্য এক ৰণাংগনৰ সৃষ্টি হৈছিল ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send