১৮ জুলাই - আজিৰ দিনটোৰ তাৎপর্য

Rinku Rajowar
0
  • ১৯৪৭ - ভাৰতৰ স্বাধীনতা আইন ১৯৪৭ক (ইংঃ The India Independence Act 1947) বৃটেইনৰ সংসদত ৰাজকীয় স্বীকৃতি দিয়া হৈছিল আৰু বলৱৎ হৈছিল। [1]
  • ১৯৮০ - এ এছ এল ভি-৩ (ইঃ ASLV-3) যানখনেৰে ভাৰতত তৈয়াৰী প্ৰথম কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
  • ১৯৮০ - ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল।
  • ২০০২ - ড॰ এ পি জে আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়।
  • ২০০৪ - তামিলনাডুৰ কুম্বাকোনত এখন বিদ্যালয়ত জুই লাগি ৯০জন শিশু শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।
  • ২০০৫ - ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাবে নিৰ্বাচিত হয়।
  • ২০০৮ - জুনিয়ৰ এছিয়া কাপ হকীত ভাৰত চেম্পিয়ন হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)