▪️বাল গংগাধৰ তিলক- লোকমান্য।
▪️চিত্ৰৰঞ্জন দাস-দেশবন্ধু ।
▪️চক্ৰৰ্ৱতী ৰাজাগোপালাচাৰী- ৰাজাজী।
▪️জয়প্ৰকাশ নাৰায়ণ- লোকনায়ক।
▪️মদন মোহন মালব্য- মহামান্য
▪️সৰোজিনী নাইডু- ভাৰতৰ নাইটিংগেল
▪️ৰবীন্দ্ৰনাথ ঠাকুৰ-কবিগুৰু।
▪️বল্লভ ভাই পেটেল-লৌহ মানৱ।
▪️লালা লাজপত ৰায়- পঞ্জাৱ কেশৰী।