সাধাৰণ জ্ঞান-কাক কি বুলি জনা যায়

▪️খান আব্দুল গফৰ খান- বাদশ্বাহ খান; সীমান্ত গান্ধী।
▪️বাল গংগাধৰ তিলক- লোকমান্য।
▪️চিত্ৰৰঞ্জন দাস-দেশবন্ধু ।
▪️চক্ৰৰ্ৱতী ৰাজাগোপালাচাৰী- ৰাজাজী।
▪️জয়প্ৰকাশ নাৰায়ণ- লোকনায়ক।
▪️মদন মোহন মালব্য- মহামান্য 
▪️সৰোজিনী নাইডু- ভাৰতৰ নাইটিংগেল 
▪️ৰবীন্দ্ৰনাথ ঠাকুৰ-কবিগুৰু।
▪️বল্লভ ভাই পেটেল-লৌহ মানৱ।
▪️লালা লাজপত ৰায়- পঞ্জাৱ কেশৰী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send