উঃ বন মহােৎসৱ।
প্ৰশ্ন:কচু গছৰ পাত, ঠাৰি আদি গাত লাগিলে খজুৱাই - ইয়াৰ কাৰণ কি ?
উঃ কচু গছত কেলচিয়াম অকজেলেট নামৰ এবিধ ৰাসায়নিক পদার্থ থকাৰ বাবে।
প্ৰশ্ন:আহাৰ বিচাৰি নাপালে আত্মহত্যা কৰা চৰাইবিধৰ নাম কি ?
উঃ গুৱাটেমালাত থকা ৰবিন আৰকাড।
প্ৰশ্ন:পােহৰ নােহােৱাকৈ গজিব পৰা উদ্ভিদক কি কোৱা হয়?
উ: এফটিক।
প্ৰশ্ন : পৃথিৱীৰ কোন দেশত চিনেমা হল নাই?
উ : চৌদি আৰৱ।