১৫ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
  • ১৮১৫ - ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে।
  • ১৯৫৫ - ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
  • ১৯৬৫ - মানৱহীন মহাকাশযান মেৰিণাৰ—৪ য়ে মঙ্গলগ্ৰহৰ ১২,০০০ কিঃমিঃ কাষেৰে ভ্ৰমণ কৰিছিল।
  • ১৯৭৫ - আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল-ছয়ুজে বিস্ময়কৰ, অভুতপূৰ্ব সাফল্য লাভ কৰে।
  • ১৯৭৫ - ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ— ১৯ যানখন উৎক্ষেপণ কৰা হয়।
  • ১৯৭৯ - মোৰাৰজী দেশাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
  • ১৯৯৭ - পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হয়।
  • ২০০১ - পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয়।
  • ২০০৬ - বিশ্বৰ চ'ছিয়েল নেটৱৰ্কিং খণ্ডত টুইটাৰ যোগ হয়।
  • ২০১০ - ভাৰতীয় টকাৰ প্ৰতীক (₹) ভাৰত চৰকাৰে প্ৰকাশ কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)