আজিৰ আপোনাৰ দিনটো - দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                   ২৫আহাৰ, শনিবাৰ ,ইং ১০ জুলাই,২০২১। 
   সূৰ্য্যোদয় ঘ:৪/৪৭/১৩সূৰ্য্যাস্ত ঘ:৬/৮/৩০

ৰাশি :-  মিথুন ৰাশি। ৰা:ঘ:- ৬/২৭/৯ যোৱাত কৰ্কত ৰাশি।
তিথি - অমাৱস্যা। প্ৰা:ঘ:- ৫/৫০/২১ লৈ।
নক্ষত্ৰ : - পনৰ্ব্বসু।ৰা:ঘ:- ১২/৫২/১২ লৈ।

শুভ সংখ্যা :- ৪/৮
শুভ ৰং :- নীলা / কলা ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- ঈশান কোনত নাই। প্ৰা:ঘ:- ৫/৫০/২১ যোৱাত পূৱ দিশত নাই।
 যোগিনী :- ঈশান কোনত।প্ৰা:ঘ:- ৫/৫০/২১ যোৱাত পূৱ দিশত।
মৰণত দোষ:- ত্ৰিপদ।ৰা:ঘ:- ১২/৫২/১২ যোৱাত এপদ।
ভক্ষাভক্ষ্য :- আমিষ ,তেল  খোৱা নিষেধ । প্ৰা:ঘ:- ৫/৫০/২১ যোৱাত কোমোৰা খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ ৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে লগতে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, কৰ্মত শুভ হব, ভ্ৰমণৰ সুযোগ লাভ হব, লগতে আজি বিবাদ নিস্পত্তি  হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম লাভ হব, শিল্পী সকলৰ শুভ হব, লগতে অৰ্থ আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পদ বাঢ়িব, ৰোগাৰোগ্য হব, আলহীৰ আগমন হব, যদিও কৰ্মত  সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত  কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন সন্মান লাভ হব, বন্ধু লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।  
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে মনত আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ধন সন্মান লাভ হব, ভ্ৰমণৰ সুযোগ লাভ হব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, লগতে কৰ্মত নতুন যোগাযোগৰ সুযোগ লাভ হোৱাৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  কৰ্মত সফল হব, শত্ৰু জয় হব, লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, বিদ্যাৰ্থী সকলৰ শুভ হব, লগতে ধন সন্মান লাভ   হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                 জালুকবাৰী , গুৱাহাটী -১৪

ফোন নং -9101096481
হোৱাটচএপ- 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)