গুৰুত্ব-টোলন তছা

যোৱাৰাতি জিলিবন চাহ বাগিছাৰ ক'ভিড কেয়াৰ চেন্টাৰটোৰ পাছফালে থকা ষ্টাফ কোৱাৰ্টাৰৰ পৰা ভাহি অহা হুলস্থুলীয়া পৰিৱেশটোৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাছিল।
      আজি পুৱা ৯ বজালৈকে নাৰ্চজনী কৰ্তব্যত যোগদান নকৰাত মেনেজাৰৰ নিৰ্দেশমৰ্মে চকীদাৰে তেওঁলোকৰ কোৱাৰ্টাৰলৈ গৈ পাওঁতেই হুঁৱাদুৱাঁ লাগিল। আগফালৰ কোঠালিটোৰ এফালে মজিয়াত পৰি আছে তেজেৰে লুতুৰি-পুতুৰি কলম কটা এখন দা আৰু আনফালে চোফাত আউজি আছে শীতলা।

✍️টোলন তছা
     দূৰভাষ-৮৬৩৮৩৬৩৫০৪

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send