দৈনিক ৰাশিফল- আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                  ২৬আহাৰ, ৰবিবাৰ ,ইং ১১ জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৪৭/৩৫সূৰ্য্যাস্ত ঘ:৬/৮/২৭

ৰাশি :- কৰ্কত ৰাশি।
তিথি - শুক্লা প্ৰতিপদ।ঘ:- ৬/৪৫/১৩ লৈ।
নক্ষত্ৰ : - পুষ্যা।ৰা:ঘ:- ২/৪/২৭ লৈ।

শুভ সংখ্যা :- ৫/১
শুভ ৰং :-  ৰঙা/ সোনালী।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- পূৱ দিশত নাই। প্ৰা:ঘ:- ৬/৪৫/১৩ যোৱাত উত্তৰ দিশত নাই।
 যোগিনী :-পূৱ দিশত । প্ৰা:ঘ:- ৬/৪৫/১৩ যোৱাত উত্তৰ দিশত।
মৰণত দোষ:- এপদ।ঘ:- ৬/৪৫/১৩ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ । ঘ:- ৬/৪৫/১৩ যোৱাত তিতা খোৱা নিষেধ।ল্প‌

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি শত্ৰুৰ পৰা সাৱধান হব। 
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও সজাগ নহলে গৃহত সামান্য অশান্তি বাঢ়িব পৰে লগতে মনত সামান্য বিষণ্ণতা ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, প্ৰেমত শুভ হব, যদিও মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য বিৰোধীতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত ঊন্নতি হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণত সুখ বৃদ্ধি হব, প্ৰেমত শুভ হব, যদিও সজাগ নহলে মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত সাহস বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আগমন বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে শত্ৰুৰ পৰা সাৱধান হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত সঞ্চয় বৃদ্ধি হব, শুভ সংবাদ লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় ।
১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, যদিও সামান্য ব্যয় বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত যশস্যা বাঢ়িব, যদিও সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে ভ্ৰমণ বা যাত্ৰাত সামান্য জতিলতাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে বন্ধু তথা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হব পাৰে লগতে ক্ষতি  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                               জালুকবাৰী , গুৱাহাটী -১৪

ফোন নং -9101096481
হোৱাটচএপ -9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)