কামাতুৰ-অঞ্জনা শইকীয়া

পুৱাৰ সুৰুজৰ প্ৰথম কিৰণত
সুশোভিত হৈ
এমোকোৰা হাঁহিৰে পাহি মেলি উঠা গোলাপৰ কঁলিটিয়ে
জানিছিল জানো?
তাইৰ যে ৰস পাণ কৰিবলৈ
হাতত পিয়লা লৈ 
ৰৈ আছে কামাতুৰ ভোমোৰা!!!

     
        ✍️অঞ্জনা শইকীয়া
            (টীয়ক)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send