দৈনিক ৰাশিফল - ৫ শাওন বৃহস্পতিবাৰ ২২ জুলাই ২০২১

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
 ৫ শাওণ, বৃহস্পতিবাৰ ,ইং ২২ জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫১/৭সূৰ্য্যাস্ত ঘ:৬/৭/১৪

ৰাশি :- ধনু ৰাশি।
তিথি - শুক্লা ত্ৰয়োদশী।ঘ:- ১১/৫৮/৩১ লৈ।
নক্ষত্ৰ : - মুলা।আ:ঘ:- ৩/৫০/৪৭ লৈ।
শুভ সংখ্যা :- ৭/৩
শুভ ৰং :- ৰঙা / হালধীয়া।
আদ্যঋতু হলে - পতিহীনা যোগ।
যাত্ৰা :- দক্ষিণ দিশত নাই ।ঘ:- ১১/১৮/৩১ যোৱাত পশ্চিম দিশত নাই।
 যোগিনী :- দক্ষিণ দিশত ।ঘ:- ১১/১৮/৩১ যোৱাত পশ্চিম দিশত।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ । ঘ:- ১১/৫৮/৩২ যোৱাত আমিষ আৰু মাটিমাহ খোৱা নিষেধ।

১. *মেষ ৰাশি*: - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব, যদিও কৰ্মত সজাগ নহলে ক্ষতি হব পাৰে লগতে শৰীৰৰ সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*: - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, ব্যৱসায়ত শুভ হব, লগতে আজি সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*: - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,যদিও সজাগ নহলে সন্তানৰ কষ্ট হব পাৰে লগতে পাবলগিয়া ধন ঘুৰাই পোৱাৰ সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*: - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, প্ৰেমত শুভ হব, যদিও সজাগ নহলে কৰ্ম ক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশি*:- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*: - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ হব, কৰ্মত সফল হব, লগতে ভ্ৰমণত সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি*: - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনৰ আশা পূৰণ হব, ধন সন্মান লাভ হব, যদিও সজাগ নহলে ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* :- বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে মিচা অপৱাদ পাৱ পাৰে , মনৰ আশা ভংগ হব পাৰে লগতে মনৰ আশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*: - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত সফল হব, সন্তানৰ সুখ বাঢ়িব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*: - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, দ্ৰৱ্য লাভ হব, কৰ্মত সফল হব, লগতে মনত আনন্দ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি* :- কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত শুভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি* :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, অৰ্থ লাভ হব, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)