১১ জুলাই - আজিৰ দিনটোৰ বিশেষত্ব

পংখী মৰাণ
0
আজি ১১ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৯২ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৭৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন---

১. আজি বিশ্ব জনসংখ্যা দিৱস।
২. আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ৭- ১১ দিৱস। বিশ্বৰ প্ৰথমখন সুবিধা বিপণীৰ (convenience store) নামত এই দিৱস উদযাপন কৰা হয়।
৩. আজি বেলজিয়ামৰ ফ্লেমিংছ সম্প্ৰদায় দিৱস।
৪. আজি আয়েৰলেণ্ডৰ ৰাষ্ট্ৰীয় স্মৃতিচাৰণ দিৱস।
৫. আজিৰ দিনটোতেই ৪৭২ চনত ৰোমান সম্ৰাট এন্টিমিয়াছ ছেইন্ট পিটাৰৰ হাতত বন্দী হৈছিল।
৬. আজিৰ দিনটোতেই ১৮০১ চনত ফৰাচী বিজ্ঞানী জেন- লুইছ পনছে প্ৰথমবাৰলৈ এটি ধুমকেতু আৱিষ্কাৰ কৰিছিল । পৰৱৰ্তী ২৭ বছৰত তেওঁ ৩৬টা ধুমকেতু আৱিষ্কাৰ কৰি অভিলেখ গঢ়িছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)