সপোনৰ তৰাবোৰ খহি পৰিল
তাকে দেখি
গৰ্ভৱতী নদীখনে দীঘল হামি এটা মাৰি
ওপৰমুৱা হৈ শুবলৈ ল'লে।
আখলচাঙৰ খৰাহীটোত ভোকাতুৰ নিশা এটাই
কলমটিয়াই থাকিল
গুণগুণাই উঠিল এটা নেজলগা
অপদীয়া গীত।
এই আপাহতে বিচ্ছিন্নতাবাদৰ কথাখিনিত সাঁচতীয়া কথাবোৰ টোপনি গ'ল !
আপদীয়া গীতটো বাজিয়েই থাকিল।
✍️ববী দত্ত(টীয়ক)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ