সাধাৰণ জ্ঞান

সংগীত নাটক একাডেমীৰ অধিসদস্যপদ (২০২০)ৰ বাবে নিৰ্বাচিত হোৱা সকলৰ নাম--

১/পিৰাপ্পাকড়ে মুৰালি( নাটক)
২/কলামণ্ডলম বাসুপ্পিশাৰদী ( কথাকলি নৃত্য)
৩/ত্ৰিপ্পুনিতুৰা ৰাধাকৃষ্ণণ(ঘাটমবাদন)।

সংগীত নাটক একাডেমীৰ তৰফৰ পৰা ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ (২০১৮)ৰ বাবে নিৰ্বাচিত হোৱা তিনিজন অসমীয়াৰ নাম---

৪/ অঞ্জলি বৰবৰা বৰঠাকুৰ( সত্ৰীয়া নৃত্য)
৫/কুলদ্বীপ পাটগিৰি( মুকাভিনয়)
৬/ মনোজ কুমাৰ দাস( খোল)।

কেইজনমান জনপ্ৰিয় অসমীয়া সাহিত্যিকৰ প্ৰকৃত নাম---
৭/ ৰঞ্জু  হাজৰিকা = কুমুদ হাজৰিকা।
৮/নীলিম কুমাৰ = হেমেন কুমাৰ শৰ্মা 
৯/সৌৰভ কুমাৰ চলিহা = সুৰেন্দ্ৰ নাথ মেধি।
১০/মৌচাক মামা/ শান্তনু তামুলী = প্ৰমোদ চন্দ্ৰ তামুলী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send