ক'ৰণাৰ ভয়াবহ সংক্ৰমণৰ বাবে বাগিচাৰ বিদ্যালয়সমূহ বন্ধ হৈ আছে। পিছে আমাৰ চাৰ বাইদেউসকলে মাস্ক পিন্ধি সদায় বাগানলৈ যায়,পাত ওজন কৰা সময়ত শ্ৰমিকসকলক দূৰত্ব বজাই ৰখা আৰু মাস্ক পিন্ধাৰ শিক্ষা দিবলৈ । আবেলি পৰত কেতিয়াবা আকৌ অফিচৰ সন্মুখত
শ্ৰমিকসকলক দৰমহা বিতৰণ কৰাত ব্যস্ত থাকে।
✍️টোলন তছা ।