বাগিচাৰ শিক্ষক-শিক্ষয়িত্ৰী-টোলন তছা

ক'ৰণাৰ ভয়াবহ সংক্ৰমণৰ বাবে বাগিচাৰ বিদ্যালয়সমূহ বন্ধ হৈ আছে। পিছে আমাৰ চাৰ বাইদেউসকলে মাস্ক পিন্ধি সদায় বাগানলৈ যায়,পাত ওজন কৰা সময়ত শ্ৰমিকসকলক দূৰত্ব বজাই ৰখা আৰু মাস্ক পিন্ধাৰ শিক্ষা দিবলৈ । আবেলি পৰত কেতিয়াবা আকৌ অফিচৰ সন্মুখত
শ্ৰমিকসকলক দৰমহা বিতৰণ কৰাত ব্যস্ত থাকে।

✍️টোলন তছা ।

Post a Comment

Previous Post Next Post