০৮ জুলাই - ইতিহাসৰ পাতত আজিৰ দিনটো

  • ১৮৮৯ - বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’ প্ৰকাশিত হয়।
  • ১৯৫৪ - বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয়।
  • ১৯৯০ - সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল। বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ।
  • ২০০৩ - ছুডানত সংঘটিত এক ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬জন যাত্ৰী নিহত হয়।
  • ২০০৪ - কেন্দ্ৰত পুনৰ ইউপিএ চৰকাৰে ক্ষমতা লাভ কৰাৰ পিছত প্ৰথমবাৰ কেন্দ্ৰীয় সাধাৰণ বাজেট উত্থাপন কৰে।
  • ২০১১ - পাকিস্তানী তালিবাণীক নিষিদ্ধ ঘোষণা কৰিলে কানাডাই।
  • ২০১২ - ইণ্ডিয়ান মুজাহিদীনক ইংলেণ্ডে নিষিদ্ধ ঘোষণা কৰে।
  • ২০১২ - অসমৰ ভয়াবহ বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২২৮৩.১৪ কোটি টকা বান সাহায্য প্ৰদান কৰে।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send