সাধাৰণ জ্ঞান- ১৯ জুলাই

Rinku Rajowar
0
১. আমেৰিকা যুক্তৰাষ্ট্ৰই ২০০৩ চনৰ ১৯ মাৰ্চত চলোৱা ইৰাক আক্ৰমণ অভিযানৰ সাংকেতিক নাম কি আছিল?
👉 অপাৰেচন ইৰাকী ফ্ৰীডম।
২. দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত ইউৰোপীয় অৰ্থনীতিৰ উত্থানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই কি পৰিকল্পনাৰ আধাৰত বিত্তীয় সাহাৰ্য্য আগবঢ়াইছিল? 
👉 মাৰ্ছেল পৰিকল্পনা।
৩. ইউৰোপীয় পৰিষদ কেতিয়া গঠিত হৈছিল? 
👉১৯৪৯ চন।
৪. ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় কেতিয়া গঠিত হৈছিল? 
👉 ১৯৫৭ চন।
৫. আটলাণ্টিক চনদত (১৯৪১) পোনপ্ৰথমে চহী কৰা ৰাষ্ট্ৰদুখন কি কি আছিল? 
👉আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড।
৬. ৰাষ্ট্ৰসংঘ কোন চনত গঠিত হৈছিল? 
👉১৯৪৫ চনৰ ২৪ অক্টোবৰ।
৭. ভাৰতে কেতিয়া ৰাষ্ট্ৰসংঘত যোগদান কৰে? 
👉১৯৪৫ চনৰ ৩০ অক্টোবৰ।
৮. বিশ্ব বেংক কেতিয়া গঠিত হৈছিল? 
👉১৯৪৫
৯. ভাৰতীয় সংসদে শক্তি সংৰক্ষণ আইন কেতিয়া পাছ কৰিছিল?
👉২০০১ চন ।
১০. খিলঞ্জীয়া লোকৰ বিশ্ব সংসদ কেতিয়া গঠিত হৈছিল? 
👉 ১৯৭৫ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)